নতুন এবছু গঠন কৰিব হাগ্ৰামাই

 04/19/2019 - 18:51

নাগ্ৰীজুলি: আজি নাগ্ৰীজুলিৰ বঙালিপাৰাত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এবছুৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে বিটিচি চীফ হাগ্ৰামা মহিলাৰী৷

মহিলাৰীয়ে এনডিএফবিক সমালোচনা কৰাৰ লগতে এবছু কাৰো ব্যক্তিগত সম্পত্তি নহয় বুলি উল্লেখ কৰে।

লগতে ইউপিপিএলৰ লগ হোৱা এবছুক ক্ষুৰধাৰ সমালোচনা কৰি বিটিএডিত নতুনকৈ এবছু গঠন কৰিব বুলি জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।