কেবৰ বিৰুদ্ধে গোলাঘাটত ১২ গৰাকী মন্ত্ৰীৰ প্ৰতিকৃতি দাহ

 12/04/2019 - 19:12

গোলাঘাটঃ কেবৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলিছে গোলাঘাট। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি মুঠ ১২ গৰাকী কেবিনেট মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে গোলাঘাট জিলা আটাছুৱে। অসম জাতিয়তাবাদী যুৱছাত্ৰ পৰিষদে গোলাঘাট জিলা সমিতিয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.