কেবৰ বিৰুদ্ধে ৰহা মীন মহাবিদ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে বাৰ্ষিক পৰীক্ষা বৰ্জন কৰি তীব্ৰ প্ৰতিবাদ

 12/11/2019 - 12:35

ৰহাঃ কেব বাতিলৰ দাবীত ৰহা মীন মহাবিদ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে বৰ্জন কৰিলে বাৰ্ষিক পৰীক্ষা। পৰীক্ষা বৰ্জন কৰি কলেজ গেটত কৰিছে অৱস্থান। কেব বিৰোধী শ্ল'গানেৰে উত্তাল কৰিছে কলেজ চৌহদ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।