প্ৰাক্তন বিধায়িকা প্ৰণীতা তালুকদাৰৰ দেহাৱসান

 04/21/2019 - 13:51

গুৱাহাটী: সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়িকা প্ৰণীতা তালুকদাৰৰ শনিবাৰে আবেলি ৪.৫০ বজাত গুৱাহাটীৰ দিছপুৰ চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে।

কংগ্ৰেছ দলৰ পৰা ১৯৬৭ আৰু ১৯৭২ চনত তেওঁ দুবাৰকৈ সৰভোগ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।