12/18/2019 - 18:16
in

নিউজ ডেস্কঃ চাণক্য গ্ৰন্থৰ বাবে জয়শ্ৰী গোস্বামী মহন্তলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে। জয়শ্ৰী গোস্বামী মহন্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী। উল্লেখ্য যে ২০১৮ চনত জয়শ্ৰী গোস্বামী মহন্তই পদ্মশ্ৰী সন্মান লাভ কৰে।