কামৰূপ মহানগৰত ড্ৰাই ডে’ ঘোষণা

 04/21/2019 - 15:20

গুৱাহাটীঃ গুৱাহাটীত নাপাব সুৰা। ২১ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ২৩ এপ্ৰিলৰ বিয়লি ৫ বজালৈকে বন্ধ থাকিব সুৰাৰ বিপণীসমূহ।

আগন্তক তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগে বিপণীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।