হাটশিঙিমাৰীত বদৰউদ্দিন আজমলৰ বিশাল নিৰ্বাচনী জনসভা 

 04/21/2019 - 17:50

হাটশিঙিমাৰী: দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীত আজি আবেলি ২ বজাত ধুবুৰী লোকসভা সমষ্টিৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী তথা এআইইউডিএফ প্ৰধান মৌলানা বদৰউদ্দিন আজমলে এক বিশাল নিৰ্বাচনী জনসভাত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

সভাত উপস্থিত হৈ বিৰোধীক তীব্ৰ সমালোচনা কৰি ধুবুৰী লোকসভা সমষ্টিত এআইইউডিএফৰ জয় হোৱাটো নিশ্চিত বুলি তেওঁ মন্তব্য কৰে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।