গোলাঘাটত ছাত্ৰ সন্থাৰ উদ্যোগত ডবা-তাল-শংখ বজাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

 12/24/2019 - 13:49

গোলাঘাটঃ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিক, সাহিত্যিক, সাংবাদিক, শিল্পী আদি সকলো ওলাই আহি এই ক’লা আইন খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে। আগন্তক দিনত ভোটৰ অস্ত্ৰ লৈ উচিত প্ৰত্যোত্তৰ দিব বুলি সকীয়াই দিয়ে চৰকাৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।