জুৰীয়াত শিক্ষকৰ মৃত্যু: অঞ্চলজুৰি শোকৰ ছাঁ

 04/23/2019 - 15:20

জুৰীয়া: আজি পুৱা ৪ বজাত জুৰীয়াৰ সুতিৰপাৰ হাইস্কুলৰ সহকাৰী শিক্ষক লাল বাহাদুৰ চৌহানৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। অঞ্চলটোৰ এজন ইংৰাজী শিক্ষক হিচাপে পৰিচিত শিক্ষকগৰাকী উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫১ বছৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।