তামুলপুৰৰ ইক্ৰাজুলী গাঁওবাসীৰ ভোট বৰ্জন

 04/23/2019 - 19:12

তামুলপুৰ: তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৪২ নং ইক্ৰাজুলী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত উত্তেজনা৷ বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰা বঞ্চিত,গাঁওৰ ক্ৰমিক নম্বৰ আৰু ভি,চি,ডি,চিৰ অধীনস্থ নোহোৱাৰ প্ৰতিবাদত স্থানীয় ৰাইজে ভোট বৰ্জন কৰে৷

আজিলৈ গাঁওখনত কোনো এগৰাকী জনপ্ৰতিনিধি ৰাইজৰ খবৰ ল'বলৈ অহা নাই বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

ইক্ৰাজুলী গাঁৱৰ ৮২১ গৰাকী ভোটাৰে ভোট বৰ্জন কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।