তামুলপুৰত ই ৰিক্সাত আহি ভোটদান ককা-আইতাৰ

 04/23/2019 - 19:38

তামুলপুৰঃ তামুলপুৰত ই ৰিক্সাত আহি ভোটাধিকাৰ সাব্যস্ত কৰিলে ককা-আইতাই। ১৩৪ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰ তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ত ককা-আইতাই ই-ৰিক্সাৰে আহি মনৰ পছন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰি ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোটদান কৰি ককা-আইতাই প্ৰাৰ্থীগৰাকীক সমাজৰ উন্নতি তথা উন্নয়ন কৰিবলৈ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।