আমেৰিকাই পানী খুৱাইছে পাকিস্তানক!

 02/23/2019 - 19:36

ডিজিটেল ডেস্কঃ জন্মু-কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা আত্মঘাতী বোমা বিস্ফোৰণৰ ফলত ভাৰতৰ ৪৪জনকৈ চি আৰ পি এফৰ জোৱান নিহত হোৱা ঘটনাই সমগ্ৰ বিশ্ববাসীকে শোকাভিভূত কৰি তোলে৷ এই ঘটনাৰ পিছতেই পাকিস্তানলৈ বুলি আগবঢ়োৱা সাহায্য বন্ধ কৰি দিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰই।

পাকিস্তানলৈ আগবঢ়োৱা সাহায্য পাকিস্তানে সন্ত্ৰাসমূলক কাৰ্যত ব্যৱহাৰ কৰা বুলি সন্দেহ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰই। সেই বাবে পাকিস্তানক প্ৰদান কৰিবলগীয়া ১.৩ বিলিয়ন ডলাৰৰ সাহায্য হঠাতে বন্ধ কৰি দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

যাৰ বাবে পাকিস্তান এতিয়া চিন্তিত। ইয়াৰ বাদেও সকলো দেশে পাকিস্তানক কোনো ধৰণৰ সহায়ৰ হাত আগনবঢ়াও বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.