নিশা ভূমিকম্পৰ প্ৰবল জোকাৰনি

 04/24/2019 - 16:23

গুৱাহাটী :মঙ্গলবাৰে মাজনিশা ভূমিকম্পই জোকাৰি যায় অসম তথা উওৰ-পূৰ্বাঞ্চল। নিশা প্ৰায় ১.৪৬ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰনি।

ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৬.১। তিনিচুকীয়া,বাংলাদেশ আৰু ম্যানমাৰতো ভূমিকম্পৰ জোকাৰনি অনুভূত হয়।

ভূমিকম্পৰ উৎপত্তি স্থল আছিল অৰুণাচল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।