নগাঁৱৰ কাঠগুৰিত তিৱা ৰজাৰ অধিৱেশন

 01/12/2020 - 17:28

নিউজ ডেস্কঃ প্ৰতিবছৰৰ দৰে এইবাৰো নগাঁৱৰ নগাঁও জিলাৰ কটহগুৰিত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে তিৱা ৰজাসকলৰ অধিৱেশন। ফেব্ৰুৱাৰী ১ আৰু ২ তাৰিখে অনুষ্ঠিত কৰা হ’ব এই অধিৱেশন৷ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে কটহগুৰি তিৱা ৰাজদৰবাৰৰ প্ৰাংগনত লাইখুঁটা স্থাপন কৰা হয় ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।