বৰপেটাৰ সুন্দৰীদিয়াত ভয়ংকৰ অগ্নিকাণ্ড

 04/25/2019 - 12:50

বৰপেটা: বৰপেটা চহৰৰ সুন্দৰীদিয়াহাটীৰ মুখ্য পথৰ কাষত থকা এখন চাহ দোকানত দিনৰ ১১:২০ মানত চিলিণ্ডাৰ বিস্ফোৰণ হৈ ভয়ংকৰ অগ্নিকাণ্ডৰ সূচনা হয়।

অগ্নিকাণ্ডত উক্ত চাহদোকানৰগৰাকী সুৰেশ দাস অগ্নিদগ্ধ হৈ আঘাতপ্ৰাপ্ত হয়।

লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, ৰাজ্যিক দূৰ্যোগ প্ৰশমণ বিভাগৰ বিষয়া কৰ্মী আৰু আৰক্ষী বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।