বেগুচৰাইত কানহায়া কুমাৰৰ সমৰ্থনত বিশাল নিৰ্বাচনী সভা

 04/25/2019 - 18:22

ডিজিটেল ডেস্ক: বিহাৰৰ বেগুচৰাই লোকসভা সমষ্টিৰ অন্তৰ্গত বালিয়াৰ ছমৰীয়া ময়দানত চিপিআই দলৰ প্ৰাৰ্থী কানহায়া কুমাৰৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে।

সভাত উপস্থিত থাকে হিন্দী বোলছবি জগতৰ অভিনেত্ৰী শ্বাবানা আজমী, অভিনেতা প্ৰকাশ ৰাজ, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক কমিটিৰ কৰ্মকৰ্তাসকল।

লগতে এআইইউডিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক চম্পক কলিতাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।