বালাজানত ভয়ঙ্কৰ পথ দুৰ্ঘটনা: নিহত ৫ জন

 04/27/2019 - 12:22

গৌৰীপুৰ: আজি পুৱা ধুবুৰীৰ গৌৰীপুৰ বালাজানত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত নিহত হয় ৫ জন আৰু আহত হয় ১০ জন।

বঙাইগাওঁৰ পানবাড়িৰ পৰা ধুবুৰীৰ বিদ্যাৰডাৱৰী লৈ উভতি আহি থকাৰ সময়ত হয় এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।