মহানগৰীত প্ৰথমজন ক'ৰণা ৰোগী চিনাক্ত

 04/04/2020 - 13:54

গুৱাহাটী: মহানগৰীত প্ৰথমজন কভিট ১৯ পজিটিভ৷ মনিষ তিব্ৰেৱালা নামৰ এজন ব্যৱসায়ীৰ দেহত কৰ’ণা ভাইৰাছ৷

জুৰোডৰ স্পেনিছ গাৰ্ডেনত বাস কৰিছিল ব্যৱসায়ীজন৷

নতুন দিল্লীৰ পৰা কেইদিনমান আগতে গুৱাহাটীলৈ আহিছিল মনিষ৷ গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহিছিল লোকজন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।