'অংৰেজী মিডিয়াম'ত দেখা যাব কৰীণাক

 04/27/2019 - 14:25

ডিজিটেল ডেস্ক: বলিউড অভিনেতা ইৰফান খানৰ আগন্ত্তক ছবি 'অংৰেজী মিডিয়াম' নামৰ ছবিখনত অভিনেত্রী কৰীণা কাপুৰকো দেখা যাব। জানিব পৰা মতে এই ছবিখনত কৰীণা কাপুৰে পুলিচ ইন্সপেক্টৰৰ ভূমিকাত অভিনয় কৰিব।

এই ছবিখন ২০১৭ চনত মুক্তিপ্ৰাপ্ত ছবি 'হিন্দী মিডিয়াম'ৰ ছিকুৱেল হয়।

ছবিখনৰ প্ৰযোজক দীনেশ বিজনে জনোৱা মতে, আমাৰ লগত কৰীণা কাপুৰ জড়িত হোৱাটো আমাৰ পক্ষে গৌৰৱৰ বিষয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।