ধুমুহাৰ মাজতে ব্ৰহ্মপুত্ৰত নাওঁ দুৰ্ঘটনা

 04/15/2020 - 18:24

উত্তৰ গুৱাহাটী: লকডাউন উলংঘা কৰি চলা পাচখন নাওঁ দুৰ্ঘটনাত পতিত। উত্তৰ গুৱাহাটীৰ টিলিংগাঁৱৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হৈছে।
নাওঁকেইখনত থকা ২ জন সন্ধানহীন ৬ জীৱন্তে উদ্ধাৰ কৰা হৈছে।

দুৰ্যোগ ব্যৱস্থাপনা বিভাগে উদ্ধাৰ কৰে মহেশ বিন, ৰাজেশ বিশ্বাস, উদা বিন, তিংকু মালু, প্ৰকাশ গোৱালা, ডেবু মাল, গুণী বৰ্মন পৰিতেষ হালদাৰ। সন্ধানহীন হৈ আছে ৰাজকুমাৰ মালু আৰু বুচা দাস।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।