সাংবাদিকক হত্যাৰ চেষ্টা চলোৱা অভিযুক্তক গ্ৰেপ্তাৰ

 04/28/2019 - 18:17

ডিজিটেল ডেস্ক: সাংবাদিক ৰাজেন ডেকাক হত্যাৰ চেষ্টা চলোৱা মূল অভিযুক্তক গ্ৰেপ্তাৰ৷ জিন্টু মেধি নামৰ লোকজনক গ্ৰেপ্তাৰ মুকালমুৱা আৰক্ষীৰ৷ সৰ্থেবাৰী আৰক্ষী থানাৰ কাৱৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে জিন্টু মেধিক৷

জিন্টু মেধিক জেল হাজোতলৈ প্ৰেৰণ কৰা হয়৷ আৰক্ষীয়ে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।