ধুবুৰীৰ ফলিমাৰীত আৰক্ষীৰ অভিযানত ১৫খন ছাইকেল জব্দ

 04/21/2020 - 13:05

গৌৰীপুৰ: ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ফলিমাৰীত লকডাউনৰ নীতি নিয়ম উলংঘা কৰি চলাইছিল বজাৰ। সমগ্ৰ বিশ্বত এতিয়া ক'ৰণাৰ আতংক। ইতিমধ্যে ধুবুৰীত চাৰিজনকৈ COVID-19 Positive।

কিন্তু এতিয়াও সজাগ নহয় একাংশ লোক। সামাজিক দূৰত্ব বজাই নাৰাখি চলাইছে বজাৰ। বাৰে বাৰে আৰক্ষীয়ে বুজনি দিলেও কাণসাৰ নাই একাংশৰ। সেয়েহে অৱশেষত আৰক্ষীয়ে তীব্ৰ অভিযান চলাই ১৫ খন ছাইকেল জব্দ কৰি ধুবুৰী সদৰ থানালৈ লৈ যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.