দুলীয়াজানত ধুমুহাত এজনৰ মৃত্যু

 04/22/2020 - 13:09

দুলীয়াজানদুলীয়াজানৰ কাষৰীয়া অঞ্চল হাতীজান বাগিছাত অঘটন। কালি হঠাতে অহা ধুমুহাত গছ পৰি ঘৰৰ ভিতৰতে এজনৰ মৃত্যু।

লোকজন বাগিছাখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্যমন্ত গোস্বামী (৭০)।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।