04/30/2019 - 13:06
in
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ অতিৰিক্ত খচৰা প্ৰকাশ পাব ১৫ জুনত।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তৎপৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা।
এনআৰচিৰ উন্নীতকৰণৰ কাৰ্যত নিয়োজিত বিষয়াক অন্য কামত নিযুক্ত নকৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিছে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।