যশস্বী অভিনেতা ইৰফান খানৰ দেহাৱসান

 04/29/2020 - 14:08

ডিজিটেল ডেস্ক: ছবিজগতৰ বাবে দুখবৰ। যশস্বী অভিনেতা ইৰফান খানৰ মৃত্যু। মুম্বাইৰ কোকিলাবেন হাস্পতালত মৃত্যু হয় জনপ্ৰিয় অভিনেতাজনৰ।কালি আইচিইউত ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকীক। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৩ বছৰ। 

উল্লেখ্য যে ২০১৮ চনত কেঞ্চাৰৰ পৰা মুক্তি পাইছিল অভিনেতাজনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।