লামডিঙত ভয়ংকৰ পথ দুৰ্ঘটনা

 06/16/2020 - 14:01

 


লামডিংঃ লামডিং ডিফু সংযোগী পথত কোৱাৰেণ্টাইন লৈ ৰে’লৰ যাত্ৰী কঢ়িয়াই নিয়া As-০৯AC ৮০৩৩ আল্ট্ৰা বাছৰ দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা পৰে বাছৰ চালক আৰু হেণ্ডিমেন। কোৱাৰেণ্টাইন চেন্টাৰত থুই ডিফু লৈ উভতাৰ সময়তে গছত খুন্দা মাৰে। ফলত বাছৰ চালকসহ হেণ্ডিমেণ জন গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়। ডিফু অসামৰিক চিকিৎসা কেন্দ্ৰ লৈ প্ৰেৰণ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।