গোলাঘাট জিলাৰ বৰজান চাহ-বাগিচাৰ ১৩ বছৰীয়া কিশোৰ সন্ধানহীন

 08/17/2020 - 18:17

 

গোলাঘাটঃ গোলাঘাট জিলাৰ কমাৰবন্ধা আৰক্ষী চকীৰ অন্তৰ্গত বৰজান চাহ-বাগিচাৰ নিৰ্বাসী এটি ১৩ বছৰীয়া কিশোৰ যোৱা কালিৰে পৰা সন্ধানহীন হৈ আছে। শিশুটিৰ নাম ৰিংকু তাঁতী। কোনো লোকে সন্ধান পলে 6901369470 এই নম্বৰত যোগাযোগ কৰিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।