06/11/2021 - 12:58
in
নিউজ ডেস্কঃ বঙাইগাঁৱত পুনৰ সংঘটিত জঘন্য কাণ্ড। নিজ কণমানি নাতিনীয়েকক চলায় শাৰীৰিক নিৰ্যাতন। এই কথা পোহৰলৈ অহাৰ লগে লগে পাষণ্ড যোগেনৰ নিজ কন্যাই যোগেনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। বঙাইগাঁও সদৰ থানাত ৫০২/ ২১ নম্বৰত গোচৰ ৰুজু কৰাৰ পাছত আটক কৰে যোগেন বনিক্যক।