06/13/2021 - 13:14
in
নিউজ ডেস্কঃ বঙাইগাঁৱত এইবাৰ সুৰাৰ হোম ডেলিভাৰী৷ বাহনৰ সন্মুখৰ ফালে 'FOOD DELIVERY' (ফুড ডেলিভাৰী') লিখি ঘৰে ঘৰে সুৰা বিলাবলৈ গৈ আৰক্ষীৰ জালত নিউ মহাৰাজা হোটেলৰ স্বত্বাধিকাৰী হৰবিন্দৰ সিং ওৰফে হেনি সিঙ। উপ–আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নেতৃত্বত অভিযান চলাই হৰবিন্দৰ সিঙক আটক কৰে।