পাঠশালাৰ কেন্দুগুৰিস্থিত অনুপম প্ৰাইভেট কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড

 07/13/2021 - 13:55

 

পাঠশালাঃ পাঠশালাৰ কেন্দুগুৰিস্থিত অনুপম প্ৰাইভেট কোম্পানীত ভয়ংকৰ জুই। বিতুমিনৰ টেংকিৰ পৰা জুই লগাৰ সন্দেহ। অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা। দৈৱ ক্ৰমে কোনো লোক হতাহত হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।