07/17/2021 - 18:13
in
কামপুৰঃ কামপুৰৰ কচুৱা থানাৰ অন্তুৰ্গত মেনগাঁৱত আৰক্ষীৰ অভিযান। এজন নিৰ্দোষী যুৱকক আৰক্ষীয়ে গুৰুলাগুৰুল কৈ প্ৰহাৰ কৰাৰ অভিযোগ। যুৱকজনৰ নাম আমিনুল ইছলাম(৩২)। নগাঁও আৰক্ষীৰ এই অভিযান। বিল্লাল উদ্দিন নামৰ এজন অপৰাধীক বিচাৰি আৰক্ষীৰ অভিযান। কেইবাটাও দুৰ্ধৰ্ষ ডকাইতি কাণ্ডত জড়িত আছিল বিল্লাল উদ্দিন। কচুৱা আদৰ্শ চিকিৎসালয়ত চিকিৎসালয়ত চিকিৎসাধীন।