09/25/2021 - 14:28
in
নিউজ ডেস্কঃ পুৱা ১০ঃ১১ বজাত ভূমিকম্পই জোকাৰি গ’ল অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলক। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৪.৫ ।ভূমিকম্পৰ অভিকেন্দ্ৰ অৰুণাচল প্ৰদেশৰ পাংগিনৰ ২৩৭ কিলোমিটাৰ নিলগত বুলি জানিব পৰা গৈছে।