গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ডঃ ছয়বছৰীয়া পুত্ৰক হত্যা কৰি পিতৃৰ আত্মহত্যা

 09/25/2021 - 19:54
 
 
নিউজ ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। সাতগাঁও থানাৰ গাতে লাগি থকা ১৯ নং ঘৰটোত সংঘটিত হয় এই ঘটনা। 
ছয়বছৰীয়া কণমানি পুত্ৰক হত্যা কৰি পিতৃৰ আত্মহত্যা।
 
ডিঙি কাটি হত্যাৰ চেষ্টা পত্নীক। সাতগাঁৱৰ এখন হোমিঅ’ ফাৰ্মাচীৰ স্বত্বাধিকাৰী পাষণ্ড ভৱেশ শৰ্মা। সাতগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ঘটনাস্থলীত উদ্ধাৰ কৰিছে এখন ছুৰী। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।