10/24/2021 - 15:16
in
নিউজ ডেস্কঃ ভাৰত-পাকিস্তানৰ টি-২০ ৰ বিৰোধিতা বাবা ৰামদেৱৰ। নাগপুৰত বাবা ৰামদেৱৰ মন্তব্য- পাকিস্তানৰে ক্ৰিকেট খেলাটো ৰাষ্ট্ৰধৰ্মবিৰোধী। এয়া দেশৰ স্বাৰ্থৰ পৰিপন্থী। ক্ৰিকেট আৰু সন্ত্ৰাসবাদৰ খেল একেলগে হ’ব নোৱাৰে।