11/02/2021 - 14:09
in
নিউজ ডেস্কঃ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰ, উখৰুল। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৪। ভাৰতীয় সময় মতে নিশা ১২:১৭ বজাত কম্পন অনুভূত হৈছিল। ভূ-পৃষ্ঠৰ পৰা ৭০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ অনুভূত হৈছিল।