কৰ’ণাৰ আতংকঃ গুৱাহাটী বিশ্ববিদ্যালয় সপ্তাহৰ মাজতে ক’ৰণাত আক্ৰান্ত ১৯ গৰাকী শিক্ষাৰ্থী

 12/13/2021 - 18:36
 
 
 
 
নিউজ ডেস্কঃ কৰ’ণাৰ আতংক গুৱাহাটী বিশ্ববিদ্যালয়ত। বিশ্ববিদ্যালয় সপ্তাহ চলি থকাৰ মাজতে ক’ভিডত আক্ৰান্ত ১৯গৰাকী শিক্ষাৰ্থী।বিশ্ববিদ্যালয়খনৰ  AT 9 আৰু AT 8 হোষ্টেলৰ ১১ আবাসী ক’ভিডত আক্ৰান্ত হৈছে।ইয়াৰ লগতে RCC 6 হোষ্টেলৰ ৪গৰাকী আবাসী AT 2 আৰু AT 3ৰ ছাত্ৰী নিৱাসৰ এগৰাকী আবাসী ক’ভিডত আক্ৰান্ত হৈছে।ইয়াৰ পিছতে পাছতে স্বাস্থ্য বিভাগৰ নিৰ্দেশত হোষ্টেলে হোষ্টেলে চলিছে ক’ভিড টেষ্ট।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।