by PratibimbaLive 01/10/2022 - 19:51 in দেশ 0 Comment নিউজ ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দেহত ক’ভিড-১৯ পজিটিভ। তেওঁ হোম কোৱাৰেন্টাইনত আছে। প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।