কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ক’ভিড-১৯ পজিটিভ

 01/12/2022 - 12:37
 
 
নিউজ ডেস্কঃ ক’ভিডত আক্ৰান্ত হ’ল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। গাডকাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পিছতে তেওঁ নিজকে পৃথক কৰি ৰাখিছে। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।