APSC পৰীক্ষা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

 01/24/2022 - 14:07
 
 
 
নিউজ ডেস্কঃ APSC পৰীক্ষা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। APSC পৰীক্ষাত বাধ্যতামূলক নহয় অসমীয়া ভাষাৰ কাকত। উচ্চ ন্যায়ালয়ে দিলে এই ৰায়দান। লেখ আবেদনৰ সমাপ্তি নোহোৱালৈ দিব নোৱাৰিব নিযুক্তি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।