03/13/2022 - 19:13
in
নিউজ ডেস্কঃ অৰবিন্দ কেজৰিৱালক যোগ্য বুলি মানি ল’ব নোখোজে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। শেহতীয়াকৈ হিমাচল প্ৰদেশত উপস্থিত হোৱা অনুৰাগ ঠাকুৰে কয়- উত্তৰ প্ৰদেশত আপে এখনো আসন লাভ কৰা নাই। এয়া আম আদমী পাৰ্টিৰ ব্যৰ্থতা। কেজৰিৱালে কেৱল ডাঙৰ কথা কয়, কামত একো নাই।