06/27/2019 - 19:13
in
ধুবুৰীঃ ধুবুৰী চহৰৰ মাজমজিয়াত থকা বিদ্যুত বিভাগৰ কাৰ্য্যালয়ত আজি বিদ্যুত গ্ৰাহকে ভিৰ কৰে৷ উল্লেখ্য যে অসম চৰকাৰৰ আকাশ দীপ যোজনাৰ অধীনত বিদ্যুত গ্ৰাহকক বিনামূলীয়াকৈ চাৰিটা এলইডি বাল্ব যোগান ধৰা হয়৷
আজি উক্ত বাল্ব লাভৰ বাবে পুৰুষ-মহিলাই ভিৰ কৰে বিদ্যুত বিভাগৰ কাৰ্য্যালয়ত৷