07/11/2019 - 15:19
in
বিহপুৰীয়াঃ ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। এই ৰোগত আক্ৰান্ত হৈ মৃত্যু বিহপুৰীয়াৰ মৌচুমী শইকীয়া বৰুৱা নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱটি লয়৷ আজি পুৱা হাস্পতালত মৃত্যু হয় মহিলাগৰাকীৰ।
এগৰাকী কন্যা সন্তানৰ মাতৃ মৌচুমী ছয় মাহৰ অন্তঃসত্ত্বা আছিল৷ এই মৰ্মান্তিক মৃত্যুৰ ঘটনাই অঞ্চলটোৰ সকলো লোককে শোকাহত কৰি তুলিছে।