08/04/2019 - 15:16
in
ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত ব্যৱসায়ী ৰাজেশ হিম্মতসিংকা। ব্যৱসায়ীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬ ধাৰাৰ অধীনত ২১১৯/১৯ নং গোচৰ ৰুজু কৰা হৈছে। হিম্মতসিংকাৰ বিৰুদ্ধে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। অনুসূচিত জাতি কল্যাণ বিভাগৰ সঞ্চালক দেৱ কুমাৰ কলিতাই দিছপুৰ থানাত ৰুজু কৰিছে গোচৰ।