10/04/2019 - 17:55
in
নগাঁওঃ নগাঁও সদৰ আৰক্ষী আৰু ইটাচালী আৰক্ষীৰ উদ্যোগত ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে তালাচী অভিযান চলায়৷ অভিযানত চিটবেল্ট লগোৱাৰ পৰামৰ্শ দিয়াৰ লগতে হেলমেট পৰিধান নকৰি আইন অমান্য কৰাসকলৰ বিৰুদ্ধে জৰিমনাসহ আইনগত ব্যৱস্থা গ্ৰহণ কৰে নগাঁও আৰক্ষীয়ে৷