10/13/2019 - 12:25
in
কলিয়াবৰঃ কলিয়াবৰত শনিবাৰে চুৰে চলালে উতপাত। এই বাৰ চুৰে কলিয়াবৰৰ নামঘৰ আৰু মন্দিৰত কালিনিশা নদ্ধীকেশ্বৰ দেৱালয়ত চুৰি কাৰ্য সংঘটিত কৰে। দেৱালয়ৰ দানপাত্ৰ ভাঙি বহুত টক-পইছা আৰু লগতে দেৱালয়ৰ মূল্যৱান সামগ্ৰী চুৰেলৈ উধাও হয়। দেওবাৰে কলিয়াবৰ আৰক্ষী প্ৰশাসনে সমগ্ৰ ঘটনাৰ বিষয়ে তদন্ত কৰি কয়যে অতি শীঘ্ৰে চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি কয়।