জোড়াই ষ্টেচনত ৰে’লত জুই জ্বলি তীব্ৰ আতংক

 11/16/2019 - 17:30

শ্ৰীৰামপুৰঃ অসম-বংগ সীমান্তৰ জোড়াই ষ্টেচনত ৰে’লত জুই। জুই জ্বলি উঠাত যাত্ৰীৰ মাজত তীব্ৰ আতংক। কামাখ্যা লৈ আহি থকা ইণ্ডোৰ-কামাখ্যা এক্সপ্ৰেছত হঠাতে জুই লাগে।

হঠাতে ৰে’লৰ ব্ৰেকত জুই লগাত যাত্ৰীসকল আতংকিত হৈ পৰে। বৰ্তমান ৰে’লকৰ্মীৰ তৎপৰতাত জুই নিয়ন্ত্ৰণলৈ আহে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।