বৰপথাৰত অৰুণাচলী সুৰাভৰ্তি এখন 709 ট্ৰাক জব্দ

 05/07/2020 - 15:47

সৰুপথাৰ: মেৰাপানীৰ পৰা সৰুপথাৰ হৈ নাগালেণ্ডলৈ সুৰা সৰবৰাহ কৰোতেই গেলাবিলত আৰক্ষীয়ে জব্দ কৰে সুৰা ভৰ্তি এখন ট্ৰাক৷ 709 ট্ৰাকখনৰ নম্বৰ AS 12 E 7471৷ পুৱতি নিশা বৰপথাৰ থানাৰ আৰক্ষী বিষয়া জোচেফ কেবমৰ নেতৃত্বত জব্দ সুৰাখিনি৷

ট্ৰাকৰ গোপন চেম্বাৰত প্ৰায় ৭০ কাৰ্টন সুৰা কঢ়িয়াই আনিছিল ৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।