বাক্সাৰ খাৰিজা বিজনীৰ বাৰাপেটাত ধুমুহা আৰু বজ্ৰপাতৰ তাণ্ডৱ

 05/14/2020 - 14:31

খাৰিজা বিজনী: বাৰাপেটা নেপালীবস্তী গাঁত যোৱা নিশা বিকত শব্দৰে পৰা বজ্ৰপাতত ক্ষতিসাধন হয় কেইবাটাও পৰিয়ালৰ প্ৰচণ্ড জোৰেৰে পৰা বজ্ৰপাতৰ ফলত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ লগতে চিঙি পৰে বৈদ্যুতিক তাঁৰ

বজ্ৰপাতৰ ফলত অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বিভিন্ন বৈদ্যুতিক সামগ্ৰী নষ্ট হোৱাৰ লগতে আতংকৰ সৃষ্টি হয় অঞ্চলটোত

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।