বঙাইগাঁৱৰ ডাঙাইগাঁৱৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা

 05/20/2020 - 13:29

বিজনীবঙাইগাঁৰ ডাঙাইগাঁৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা। AS-01BC 7843 নম্বৰৰ ট্ৰাকে মহটিয়ালে বাইক। AS-26B 7308 নম্বৰৰ বাইকখনৰ দুই আৰোহী গুৰুতৰভাৱে আহত। আহতদ্বয় বিপুল ৰায় (২২), ভিষ্ম ৰায় (১৯)। সংকটজনক অৱস্থাত আহতদ্বয়ক বঙাইগাঁৰ লৱাৰ অসম হাস্পতাললৈ প্ৰেৰণ আৰক্ষীৰ।

কাচদহা নিৱাসী আৰোহীদ্বয়ে বিজনীলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।