মৰিগাঁৱত কল্ড ড্ৰিংচৰ নামত বৰবিহ: ম্যাদ নথকা কল্ড ড্ৰিংকচ বিক্ৰী

 05/27/2020 - 15:46

মৰিগাঁওমৰিগাঁৱত সংঘটিত হৈছে এই ঘটনা জয়শ্ৰী এন্টাৰপ্ৰাইজ নামৰ ব্যৱসা প্ৰতিষ্ঠানে ম্যাদ নথকা কল্ড ড্ৰিংচেৰে চলাইছে ব্যৱসায়। ঘটনা বিৱৰণী মতে হাজৰীকা ষ্টোৰ  স্বত্বাধিকাৰীয়ে নিজ দোকানৰ বাবে ক্ৰয় কৰিছিল কল্ড ড্ৰিংকচ এটা কাৰ্টুন কিন্তু তাৰ পিছতে গ্ৰাহকে ক্ৰয় কৰোতে লাল উৰহী গছৰ উৰ
 
ম্যাদ লিখা নথকাৰ বাবে ক্ৰয় নকৰিলে গ্ৰাহকে লগে লগে হাজৰীকা ষ্টোৰৰ স্বত্বাধিকাৰীয়ে বটল বোৰ ভালদৰে চোৱাত ৬ টাকৈ বটলত লিখা নাই কোনো ধৰনৰ ম্যাদ আপুনিও হব পাৰে দুষ্ট চক্ৰৰ বলি আপুনিও খাৱ পাৰে কল্ড ড্ৰিংচৰ নামত বৰবিহ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।